Posts

নিয়ৰ কবিতাৰ প্ৰশ্ন (viii)

 ১) কিহে মানুহৰ মনলৈ অনাবিল সুখ কঢ়িয়াই আনে ? ২) মুকুতা মণি বুলি কবিয়ে কিহক বুজাইছে? ৩) ফটিক পানীত ধোৱা কি বস্তু ফুলৰ পাহীত জিলিকিছে ? ৪) সৰগত কোন টোপনি গৈ আছিল ? ৫) কবিয়ে কি সৰি থকাৰ কথা কৈছে ? ৬) নিয়ৰে হিয়াত কি সাঁ‌চি থৈছে ? ৭) নিজম আকাশৰ নিচুক কথাটি কোনে হিয়াত সাঁ‌চি থৈছে ? ৮) ফুলনিত কাৰ ডিঙিৰ মণি ছিগি ৰ'ল ? ৯) "ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ    ৰ'ল চিন এইকণি," ---- ইয়াত কি চিন ৰোৱা ৰ কথা কৈছে ? ১০) ফুলজুপি কিহে শোভা কৰি আছিল ? ১১) কবিয়ে আপোন ভাৱত বিভোৰ হৈ কি চাই আছিল ? ১২) নিয়ৰৰ কলিৰে সুশোভিত ফুলজুপিত থকা নিয়ৰ কিহে সৰাই পেলালে ? ১৩) নিয়ৰ কবিতাৰ কবি কোন ? ১৪) কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি ? ১৫) চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কিয় কোৱা হয় ? ১৬)  প্ৰতিমাৰ খনিককৰ বুলি কোনজন কবিক কোৱা হয় ? ১৭) কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম লিখা । ১৮) 'জোনাকী কাকত ' ৰ প্ৰথম সম্পাদক কোন আছিল ? ১৯) জিনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয় ? ২০) নিয়ৰ কবিতাৰ মূলভাৱ লিখা । ২১) ব্যাখ্যা কৰা -  ফুলনিত কোনে নিশা নাচিছিল    ছিগি ৰৈ গ'...

Bitupon Dutta

কৰ্মযোগী বন্ধুজনৰ সান্নিধ্যৰ এক অনুভৱ                                                                                                    --- মুনিন্দ্ৰ গগৈ                 জন্ম আৰু মৃত্যু, প্ৰকৃতিৰ চিৰন্তন সত্য। কিন্তু এই বাস্তৱ সত্যক মানি লবলৈ কেতিয়াবা টান হৈ পৰে। বিতুপন দত্ত বাপজনা ৰ আকস্মিক মৃত্যৰ কথা শুনি কিছুসময় বাকৰুদ্ধ হোৱাৰ দৰে হৈ পৰিছিলো, কিয়নো এই কথা মানি লবলৈ একেবাৰে সহজসাধ্য নাছিল। তথাপিও আমি এই সত্যক স্বীকাৰ কৰিবই লাগিব।         বিতুপন দত্ত সকলোৰে এটা পৰিচিত নাম যি সকলোৰে প্ৰিয়পাত্ৰ আছিল, যি সকলোৰে লগত মিলি যাব পাৰিছিল, যি সকলোকে সহায় কৰি ভাল পাইছিল, যি নিজৰ কথা চিন্তা নকৰি সমগ্ৰ জীৱন সমাজৰ বাবে উচৰ্গা কৰিছিল তেনে এজন ব্যক্তিক সমাজে কেতিয়াও পাহৰিব নোৱাৰে।তেখেত আছিল ...
To                                                  Date- 16-06-2022 The Inspector of Schools Golaghat GDC Sub- Regarding the allegation against teachers in respect of being engaged as LIC agents. Sir,            Most Respectfully, I want to inform you that the teaching and non-teaching staff of our school are not involved as LIC agents or in any other licensed profession.              So, it is hereby I want to say you that nobody of our school staff is engaged in any other profession like LIC agent etc.                                                                                     ...

Class Viii, Sub-English, Unit test 1

1. "It rained heavily all week." - What was the result ? 1 2. From which school 'Team E' come ? 1 3. What is the name of Khagen's village ? 1 4. What happened when the embankment of Chitolia village was breached ? 1 5. Who was Anjali Das ? 1 6. Where did people take shelter when flood came at once ? 1 7. Name the scorrer of the quiz competition ? 1 8. How old was khagen ? 1 9. Where did Dr Hatuboruah and Moni Baidew live? 1 10. Who called Khagen ' The Prince of Panidihing' ? 1 11. What is the subject matter of the first round of the quiz competition ? 1 12. To where the people of Chitolia village were evacuated ? 1 13. How was the boat capsized where dr Hatibaruah  and Moni Baidew came ? 1 14. "Khagen, You have saved our lives", Who said this ? 1 15. Who was the quizmaster ? 1 16. What does the old man ask the poet ? 1 17. When did Sukapha come to Assam ? 1 18. When did Assam come under british rule ? 1 19. Name the members of 'team A' ? ...

Unit Test-1,Sub-Assamese, Class-Viii, Marks-50, Dtd-13/06/2022

১। লাচিতৰ অধীনত কিমান সৈন্য আছিল ? ১ ২। ফুলৰ পাহিত থকা নিয়ৰ কিহে জোকাৰি পেলালে ? ১ ৩। ডক্টৰ সূৰ্যকুমাৰ  ভূঞাৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি তেখেতৰ কোনটো বিষয়ক কব পাৰি ? ১ ৪। জন্ম দিনত এন্ ফ্ৰাঙ্কে কি কৰিছিল ? ১ ৫। নাজীবাহিনীৰ পৰা ৰক্ষা পাবলৈ এন্ ফ্ৰাঙ্ক আৰু তেখেতৰ পৰিয়ালটো ক'ত আত্মগোপন কৰি আছিল ? ১ ৬। মুকুটা মণিটি বুলি কবিয়ে কিহক বুজাইছে? ১ ৭। লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? ১ ৮। ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ইতিহাসবিদৰ নাম লিখা। ১ ৯। কবিয়ে কি সৰি থকাৰ কথা কৈছে ? ১ ১০। অতীতৰ শৰাইঘাটৰ সমস্যা কি আছিল ? ১ ১১। জন্মসূত্ৰে এন্ ফ্ৰাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল ? ১ ১২। আলাবৈৰ ৰণত একেদিনে কিমান সৈন্য নিহত হৈছিল ? ১ ১৩। এন্ ফ্ৰাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈ দিনলেখা লেখিছিল ? ১ ১৪।  অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি কি ? ১ ১৫। শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সৈন্যবাহিনীৰ অংগ কেইটা কি কি আছিল ? ২ ১৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম লিখা । ২ ১৭। লাচিত বৰফুকনে নৰীয়া গাৰে কি বুলি মৃত্যুপণ কৰিছিল ? ২ ১৮। বৰ আই-কুঁ‌ৱৰীয়ে কাপোৰৰ আঁ‌ৰৰ পৰা কি বুলি কৈছিল ২ ১৯। শৰাইঘাটৰ যুদ্ধৰ সময়ৰ দুজন অসমীয়া কটকীৰ নাম লিখ...
 1 . How does Ausable manage to make Max belief that there is a balcony atached to his room? (HSLC 2015,2019). ANS:- Ausable created a false story regarding a balcony which was extended to his window. Max told him that he didnot know about the balcony and entered by a passkey. Suddenly someone knocked at the door. Ausable said that it might be the police. Max frightened very much. To get rid of the police Max jumped through the window to hide himself in the balcony. He cried only once. He was died as there was no balcony there.         Thus Ausable managed to Max belief that there was a balcony attached to his room. 2.Who was Griffin.How did he become invisible? Why did Mrs Hall find him eccentric?(2015) Ans:- Griffin was a brilliant scientist.             Griffin had carried out experiment after experiment and made some rare drugs and swallowed it. Then he became invisible.               Mrs Hall ...

অতীতক নাযাবা পাহৰি

 1. প্ৰত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ বিদ্যালয়লৈ কোন আহিছিল? উত্তৰ :- প্ৰত্নতত্ত্ববিদ ড° বিপিন চন্দ্ৰ দাস। ২।প্ৰত্নতত্ত্ববিদ ড° বিপিনচন্দ্ৰ দাস ক প্ৰত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ বিদ্যালয়লৈ কোনে আমন্ত্ৰণ জনাইছিল ? উত্তৰ :- প্ৰধান শিক্ষক কমল শৰ্মাই। ৩। কেইখনমান পুৰণি তীৰ্থ-স্থানৰ নাম লিখা। উত্তৰ :- কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, পোৱা মক্কা, মদন কামদেৱ মন্দিৰ, তাম্ৰেশ্বৰী মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, মহাভৈৰৱ মন্দিৰ। ৪। কলাসম্পদ কি ? উত্তৰ :- অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য্য, লিপি, মুদ্ৰা, বুৰঞ্জী,প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য,বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে, তেনে সম্পদবোৰেই হৈছে কলাসম্পদ। ৫। কলাসম্পদ সমূহে কিহৰ বিষয়ে কয়? উত্তৰ :- কলাসম্পদ সমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়। ৬। প্ৰত্নতত্ব কাক বোলে? কেইবিধমান প্ৰত্নতাত্ত্বিক সম্পদৰ নাম লিখা। উত্তৰ :- প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়ণক প্ৰত্নতত্ত্ব বোলে। কেইবিধমান প্ৰত্নতাত্ত্বিক সম্পদৰ নাম হ'ল প্ৰাচীন মঠ-মন্দিৰ, লিপি, বাচন-বৰ্তন, আ-অলংকাৰ আদি...