Unit Test-1,Sub-Assamese, Class-Viii, Marks-50, Dtd-13/06/2022

১। লাচিতৰ অধীনত কিমান সৈন্য আছিল ? ১
২। ফুলৰ পাহিত থকা নিয়ৰ কিহে জোকাৰি পেলালে ? ১
৩। ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি তেখেতৰ কোনটো বিষয়ক কব পাৰি ? ১
৪। জন্ম দিনত এন্ ফ্ৰাঙ্কে কি কৰিছিল ? ১
৫। নাজীবাহিনীৰ পৰা ৰক্ষা পাবলৈ এন্ ফ্ৰাঙ্ক আৰু তেখেতৰ পৰিয়ালটো ক'ত আত্মগোপন কৰি আছিল ? ১
৬। মুকুটা মণিটি বুলি কবিয়ে কিহক বুজাইছে? ১
৭। লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? ১
৮। ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ইতিহাসবিদৰ নাম লিখা। ১
৯। কবিয়ে কি সৰি থকাৰ কথা কৈছে ? ১
১০। অতীতৰ শৰাইঘাটৰ সমস্যা কি আছিল ? ১
১১। জন্মসূত্ৰে এন্ ফ্ৰাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল ? ১
১২। আলাবৈৰ ৰণত একেদিনে কিমান সৈন্য নিহত হৈছিল ? ১
১৩। এন্ ফ্ৰাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈ দিনলেখা লেখিছিল ? ১
১৪। অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি কি ? ১
১৫। শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সৈন্যবাহিনীৰ অংগ কেইটা কি কি আছিল ? ২
১৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম লিখা । ২
১৭। লাচিত বৰফুকনে নৰীয়া গাৰে কি বুলি মৃত্যুপণ কৰিছিল ? ২
১৮। বৰ আই-কুঁ‌ৱৰীয়ে কাপোৰৰ আঁ‌ৰৰ পৰা কি বুলি কৈছিল ২
১৯। শৰাইঘাটৰ যুদ্ধৰ সময়ৰ দুজন অসমীয়া কটকীৰ নাম লিখা । ২
২০। ব্যাখ্যা কৰা - ৩
'আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ'ব।'
২১। কোৱামৃদ্ধা হাজৰীকাই কি কৌশলেৰে মোগলসন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল ? ৩
২২। শৰাইঘাটৰ যুদ্ধৰ মূলতে কি আছিল ? ৩
২৩। চমু টোকা লিখা । ২+২=৪
শৰাইঘাটৰ যুদ্ধ, এন্ ফ্ৰাঙ্ক
২৪। বিপৰীত অৰ্থ লিখা । ২
স্থায়ী, হাঁহি,স্মৃতি, আড়ম্বৰ
২৫। সমাৰ্থক শব্দ লিখা । ২
সপোন, ফুল, তেজ, চিনেমা
২৬। বাক্য ৰচনা কৰা । (যিকোনো দুটা)।  ২
কথা চহকী, আত্মগোপন, চকু চৰহা, হাঁহি-ধেমালি
২৭। এটা শব্দত প্ৰকাশ কৰা। ২ 
যি অলপতে শুনে।
যি ঘটনা আগেয়ে ঘটা নাই বা হোৱা নাই ।
২৮ৰচনা লিখা । ৫
অসমৰ প্ৰাকৃৃতিক দুৰ্যোগ।





Comments