1. অসমৰ প্ৰাচীন নাম দুটা কি কি ? =প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। ২। অসম সংগীত বা অসমৰ জাতীয় (অ' মোৰ আপোনাৰদেশ) সংগীতটোৰ ৰচক কোন ? = সাহিত্যৰথী লকক্ষ্মীনাথ বেজবৰুৱা। ৩। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ? = ৰামসিংহ। ৪। লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল ? = ১৬২২ চনৰ ২৪ নৱেম্বৰত। (মৃত্যু- ১৬৭২, ২৫ এপ্ৰিল) ৫। লাচিত বৰফুকনৰ দেয়তাকৰ নাম কু আছিল ? =মোমাই তামুলী বৰবৰুৱা (শুকতি) ৬। বৰ্তমান অসমৰ ৰাজ্যপাল কোন? = জগদীশ মুখী। ৭। অসমৰ ১৫ সংখ্যক মূখ্যমন্ত্ৰী গৰাকীৰ।নাম কি যি একেৰাহে ১৫ বছৰ কাম ৰাজত্ব কৰিছিল ? =তৰুণ গগৈ (১৮-০৫-২০০১ to ২৩-০৫-২০১৬) ৮। বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী কোন ? =হিমন্ত বিশ্ব শৰ্মা। ৯। সৰুপথাৰ সমষ্টিৰ বিধায়ক জনৰ নাম কি ? = বিশ্বজিত ফুকন । ১০। বৰ্তমান অসমৰ জিলা কেইখন ? = ৩৫ খন (Last 3 - মজুলী, পাঠশালা, তামুলপুৰ) ১১।
Posts
Showing posts from November, 2022