Posts

Showing posts from January, 2022

অতীতক নাযাবা পাহৰি

 1. প্ৰত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ বিদ্যালয়লৈ কোন আহিছিল? উত্তৰ :- প্ৰত্নতত্ত্ববিদ ড° বিপিন চন্দ্ৰ দাস। ২।প্ৰত্নতত্ত্ববিদ ড° বিপিনচন্দ্ৰ দাস ক প্ৰত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ বিদ্যালয়লৈ কোনে আমন্ত্ৰণ জনাইছিল ? উত্তৰ :- প্ৰধান শিক্ষক কমল শৰ্মাই। ৩। কেইখনমান পুৰণি তীৰ্থ-স্থানৰ নাম লিখা। উত্তৰ :- কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, পোৱা মক্কা, মদন কামদেৱ মন্দিৰ, তাম্ৰেশ্বৰী মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, মহাভৈৰৱ মন্দিৰ। ৪। কলাসম্পদ কি ? উত্তৰ :- অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য্য, লিপি, মুদ্ৰা, বুৰঞ্জী,প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য,বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে, তেনে সম্পদবোৰেই হৈছে কলাসম্পদ। ৫। কলাসম্পদ সমূহে কিহৰ বিষয়ে কয়? উত্তৰ :- কলাসম্পদ সমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়। ৬। প্ৰত্নতত্ব কাক বোলে? কেইবিধমান প্ৰত্নতাত্ত্বিক সম্পদৰ নাম লিখা। উত্তৰ :- প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়ণক প্ৰত্নতত্ত্ব বোলে। কেইবিধমান প্ৰত্নতাত্ত্বিক সম্পদৰ নাম হ'ল প্ৰাচীন মঠ-মন্দিৰ, লিপি, বাচন-বৰ্তন, আ-অলংকাৰ আদি...

The Midnight Visitor

 1.Who was Fowler ? Give a description of his meeting with Ausable ? (HSLC 2018) Ans:- Fowler was a young and romantic writer.           Fowler came to meet Ausable who was a secret agent. Ausable lived on the sixth floor of the French hotel. Ausable thought that Fowler was disappointed because he wouldn't find anything what he expected there. Fowler expected a setting for a romantic adventure. He expected myterious figures in the night, the crack of pistols,drugs in the wine etc. But nothing was found by him. Then Ausable told Fowler about an important report regarding some new missiles which would come to him that day. Fowler astonished having heard the story of the false balcony told to Max, another spy, Who Threatened them with pistol. It was the meeting between Ausable and Fowler. 2. How does Ausable manage to make Max belief that there is a balcony atached to his room? (HSLC 2015,2019)                   ...