Posts

Showing posts from July, 2022

SCHOOL DIARY

 26-07-22 (summer vacation open 1st day) X = Vocabulary, Ix = ( only talking) ( 7 students) viii = Dokchory learns about panchayat (1 st page) iv == no students 27-07-22 X == Vocabulary Ix = The Lake Isle of Inninsfree (reading) Viii= Dokchory learns about (1st half) Viii = jaaga jananir hantaan ( assamese) Iv = alphabets (3 students) 28-07-22  X = The midnight visitor (1st half) Ix = The Lake isle (explaining & q-ans discussion ) Viii - Dokchory learns about Panchayat (finished reading and explaining) Iv - Who has seen the wind (reading) 29-07-22 = X = The Midnight Visotor ( 2nd half) ix = The lake isle of innisfree ( q-ans discussion) viii(english) = Dokchory learns about panchayat (Students reading & q-ans discussion) iv- Who has seen the wind? (reading and meaning) 30-07-22 = X = Midnight visitor (Q-ans and students reading) ix - The lake isle of innisfree ( students reading & q-ans asking to them)  viii = জাগা জননীৰ সন্তান (Q-ans discussion) iv - Who has ...
 মাটি লব পৰা নহ'ব, কথাটো কবি। মই কেনেকৈ ক'ৰ পৰা টকা আহিব সেইবোৰকেই চিন্তা কৰি আছো। জমা টকা এটকাও নাই। মন থাকিলেও নোৱাৰিম এতিয়া। লব পৰা হ'লে বহুত ভাল আছিল। মানুহে ধাৰলৈ পইচা কোনে দিব। বাগান ত যিমান খৰচ, দৰৱ পাতিৰ যিমান খৰচ, পইচা কেইটামান ওলাব ,তাকো পাতৰ চিজন গলেই, এতিয়া মানুহে পইচাও নিদিয়ে। আৰু বেলেগৰ পৰা ধাৰ লৈ মাটিও নলও। পইচা জমা মোৰ ওচৰত নাই। যি পাইছো মাহটো চলিছো। সাচিব পৰাই নাই। তোৰ ওচৰতো নাই। পাপু ৰ হাতত ও নাই, থকা হ'লে ধাৰ বিচাৰি নুফুৰিলেহেতেন। নবৌ ৰ দিন ও পাই আছেহি, সি পইচা ক'ৰপৰা দিব?                    মোৰ হাতত এটাই উপায় আছে লোণ লোৱা। যদি ৮ লাখ টকা লোণ লও, তেতিয়া ৫ বছৰলৈ একো কৰিব নোৱাৰোঁ‌। মাহে ১৮,০০০ টকাকৈ ৫ বছৰ কাটিব বেংকে। লোণৰ পইচা কাটিব, দৰমহা পইচাৰ হাতত থাকিব ১০,০০০। দোকানত ধাৰ মৰা, ঘৰত চলিবলৈ দিয়া, মাহটোৰ বাবে পকেট খৰচা, মবাইল ৰিচাৰ্জ, বাইকৰ পেট্ৰল, লাইন বিল, চান্দা দিয়া, ধাৰ মৰা ইত্যাদি কোনটো কাম কৰিম। এফালে আগৰ লোণৰ ধাৰ আছেই। আৰু আমাক ইমান টকা লোণ নিদিয়েও। কাৰণ দৰমহা ৰেগুলাৰ নহয়।          ...