Posts

Merriage Dmp (Goods buying start)

1. Diganta advance ======= 1000 (08/09/2023) (Kahi bati 3 jur, ghoti 1 ta, horaai 1, saki 1) 2. Rang ,gajal etc for Carpenter === 1000 (08/09/2023) 3. Sunil Mistri == 13000 (10/09/2023)

Lesson Note (Academic Year 2023-24)

01-04-2023 :- (Revision) 02-04-2023 :- Sunday 03-04-2023 :- Revision 04-04-2023 :- Class Class X :- A Letter to God ( paragraph 1)                  Teaching, Students reading,Question                        Answer discussion & Homework. Class ix :- The Fun They Had ( 2 paragraph)                 Teaching, Students reading,Question                        Answer discussion & Homework. Class viii :- The Prince of Panidihing                                                                               (3 Paragraphs)                     ...
 1. অসমৰ প্ৰাচীন নাম দুটা কি কি ? =প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। ২। অসম সংগীত বা অসমৰ জাতীয় (অ' মোৰ আপোনাৰদেশ)  সংগীতটোৰ ৰচক কোন ?  = সাহিত্যৰথী লকক্ষ্মীনাথ বেজবৰুৱা। ৩। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ? = ৰামসিংহ। ৪। লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল ? = ১৬২২ চনৰ ২৪ নৱেম্বৰত। (মৃত্যু- ১৬৭২, ২৫ এপ্ৰিল) ৫। লাচিত বৰফুকনৰ দেয়তাকৰ নাম কু আছিল ? =মোমাই তামুলী বৰবৰুৱা (শুকতি) ৬। বৰ্তমান অসমৰ ৰাজ্যপাল কোন? = জগদীশ মুখী। ৭। অসমৰ ১৫ সংখ্যক মূখ্যমন্ত্ৰী গৰাকীৰ।নাম কি যি একেৰাহে ১৫ বছৰ কাম ৰাজত্ব কৰিছিল ? =তৰুণ গগৈ (১৮-০৫-২০০১ to ২৩-০৫-২০১৬) ৮। বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী কোন ? =হিমন্ত বিশ্ব শৰ্মা। ৯। সৰুপথাৰ সমষ্টিৰ বিধায়ক জনৰ নাম কি ? = বিশ্বজিত ফুকন । ১০। বৰ্তমান অসমৰ জিলা কেইখন ? = ৩৫ খন (Last 3 - মজুলী, পাঠশালা, তামুলপুৰ) ১১। 
 20-08-2022 (বিদ্যালয় সাধাৰণ সভা)  সিদ্ধান্তসমূহ :-  প্ৰস্তাৱ - ১/ সভাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে বিদ্যালয়ত অনুষ্ঠিত কৰা উৎসৱ পাৰ্বন আদিৰ বাবদ ২৫০ টকা বৰঙণি ধাৰ্য কৰা হয়। সকলো অভিভাৱকে এই বৰঙনি দিয়াটো বাধ্যতামূলক। ২। সভাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ৰাহি টকাৰে বিদ্যালয়ৰ চৌহদ ত কাটা তাঁ‌ৰৰ বেৰা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক। ৩। সভাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে বিদ্যালয়ত অনুষ্ঠিত হোৱা সাপ্তাহিক পৰীক্ষাৰ উত্তৰ বহী সমূহ অভিভাৱক সকলৰ হাতত হে প্ৰদান কৰা হব আৰু অভিভাৱকে বহীখনত চহী কৰি শিক্ষক ৰ হাতত জমা দিব লাগিব। ৪। সভাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে দশম শ্ৰেণীৰ বাচনি পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হব, তেওলোকক হে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলৈ দিয়া হব। এইক্ষেত্ৰত অভিভাৱক সকলে কোনো ওজৰ-আপত্তি কৰিব নোৱাৰিব। I card deposit   Total Student =333 Total collection = 333×100=33300 I-Card (total cost) = 333×60 = 19980                         ...

SCHOOL DIARY

 26-07-22 (summer vacation open 1st day) X = Vocabulary, Ix = ( only talking) ( 7 students) viii = Dokchory learns about panchayat (1 st page) iv == no students 27-07-22 X == Vocabulary Ix = The Lake Isle of Inninsfree (reading) Viii= Dokchory learns about (1st half) Viii = jaaga jananir hantaan ( assamese) Iv = alphabets (3 students) 28-07-22  X = The midnight visitor (1st half) Ix = The Lake isle (explaining & q-ans discussion ) Viii - Dokchory learns about Panchayat (finished reading and explaining) Iv - Who has seen the wind (reading) 29-07-22 = X = The Midnight Visotor ( 2nd half) ix = The lake isle of innisfree ( q-ans discussion) viii(english) = Dokchory learns about panchayat (Students reading & q-ans discussion) iv- Who has seen the wind? (reading and meaning) 30-07-22 = X = Midnight visitor (Q-ans and students reading) ix - The lake isle of innisfree ( students reading & q-ans asking to them)  viii = জাগা জননীৰ সন্তান (Q-ans discussion) iv - Who has ...
 মাটি লব পৰা নহ'ব, কথাটো কবি। মই কেনেকৈ ক'ৰ পৰা টকা আহিব সেইবোৰকেই চিন্তা কৰি আছো। জমা টকা এটকাও নাই। মন থাকিলেও নোৱাৰিম এতিয়া। লব পৰা হ'লে বহুত ভাল আছিল। মানুহে ধাৰলৈ পইচা কোনে দিব। বাগান ত যিমান খৰচ, দৰৱ পাতিৰ যিমান খৰচ, পইচা কেইটামান ওলাব ,তাকো পাতৰ চিজন গলেই, এতিয়া মানুহে পইচাও নিদিয়ে। আৰু বেলেগৰ পৰা ধাৰ লৈ মাটিও নলও। পইচা জমা মোৰ ওচৰত নাই। যি পাইছো মাহটো চলিছো। সাচিব পৰাই নাই। তোৰ ওচৰতো নাই। পাপু ৰ হাতত ও নাই, থকা হ'লে ধাৰ বিচাৰি নুফুৰিলেহেতেন। নবৌ ৰ দিন ও পাই আছেহি, সি পইচা ক'ৰপৰা দিব?                    মোৰ হাতত এটাই উপায় আছে লোণ লোৱা। যদি ৮ লাখ টকা লোণ লও, তেতিয়া ৫ বছৰলৈ একো কৰিব নোৱাৰোঁ‌। মাহে ১৮,০০০ টকাকৈ ৫ বছৰ কাটিব বেংকে। লোণৰ পইচা কাটিব, দৰমহা পইচাৰ হাতত থাকিব ১০,০০০। দোকানত ধাৰ মৰা, ঘৰত চলিবলৈ দিয়া, মাহটোৰ বাবে পকেট খৰচা, মবাইল ৰিচাৰ্জ, বাইকৰ পেট্ৰল, লাইন বিল, চান্দা দিয়া, ধাৰ মৰা ইত্যাদি কোনটো কাম কৰিম। এফালে আগৰ লোণৰ ধাৰ আছেই। আৰু আমাক ইমান টকা লোণ নিদিয়েও। কাৰণ দৰমহা ৰেগুলাৰ নহয়।          ...

নিয়ৰ কবিতাৰ প্ৰশ্ন (viii)

 ১) কিহে মানুহৰ মনলৈ অনাবিল সুখ কঢ়িয়াই আনে ? ২) মুকুতা মণি বুলি কবিয়ে কিহক বুজাইছে? ৩) ফটিক পানীত ধোৱা কি বস্তু ফুলৰ পাহীত জিলিকিছে ? ৪) সৰগত কোন টোপনি গৈ আছিল ? ৫) কবিয়ে কি সৰি থকাৰ কথা কৈছে ? ৬) নিয়ৰে হিয়াত কি সাঁ‌চি থৈছে ? ৭) নিজম আকাশৰ নিচুক কথাটি কোনে হিয়াত সাঁ‌চি থৈছে ? ৮) ফুলনিত কাৰ ডিঙিৰ মণি ছিগি ৰ'ল ? ৯) "ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ    ৰ'ল চিন এইকণি," ---- ইয়াত কি চিন ৰোৱা ৰ কথা কৈছে ? ১০) ফুলজুপি কিহে শোভা কৰি আছিল ? ১১) কবিয়ে আপোন ভাৱত বিভোৰ হৈ কি চাই আছিল ? ১২) নিয়ৰৰ কলিৰে সুশোভিত ফুলজুপিত থকা নিয়ৰ কিহে সৰাই পেলালে ? ১৩) নিয়ৰ কবিতাৰ কবি কোন ? ১৪) কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি ? ১৫) চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কিয় কোৱা হয় ? ১৬)  প্ৰতিমাৰ খনিককৰ বুলি কোনজন কবিক কোৱা হয় ? ১৭) কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম লিখা । ১৮) 'জোনাকী কাকত ' ৰ প্ৰথম সম্পাদক কোন আছিল ? ১৯) জিনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয় ? ২০) নিয়ৰ কবিতাৰ মূলভাৱ লিখা । ২১) ব্যাখ্যা কৰা -  ফুলনিত কোনে নিশা নাচিছিল    ছিগি ৰৈ গ'...