20-08-2022 (বিদ্যালয় সাধাৰণ সভা) 

সিদ্ধান্তসমূহ :- 

প্ৰস্তাৱ - ১/ সভাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে বিদ্যালয়ত অনুষ্ঠিত কৰা উৎসৱ পাৰ্বন আদিৰ বাবদ ২৫০ টকা বৰঙণি ধাৰ্য কৰা হয়। সকলো অভিভাৱকে এই বৰঙনি দিয়াটো বাধ্যতামূলক।

২। সভাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ৰাহি টকাৰে বিদ্যালয়ৰ চৌহদ ত কাটা তাঁ‌ৰৰ বেৰা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক।

৩। সভাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে বিদ্যালয়ত অনুষ্ঠিত হোৱা সাপ্তাহিক পৰীক্ষাৰ উত্তৰ বহী সমূহ অভিভাৱক সকলৰ হাতত হে প্ৰদান কৰা হব আৰু অভিভাৱকে বহীখনত চহী কৰি শিক্ষক ৰ হাতত জমা দিব লাগিব।

৪। সভাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে দশম শ্ৰেণীৰ বাচনি পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হব, তেওলোকক হে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলৈ দিয়া হব। এইক্ষেত্ৰত অভিভাৱক সকলে কোনো ওজৰ-আপত্তি কৰিব নোৱাৰিব।




I card deposit 

 Total Student =333

Total collection = 333×100=33300

I-Card (total cost) = 333×60 = 19980

                                    (Per i-card 60 rs)

Flax etc cost = 2500

Total Cost = 19980+2500 = 22480


Hand deposit = 33300-22480 = 10,820


With me 4320

10820-4320 = 6500 ( with Jugal sir & Bitupon Sir)



Comments