1. অসমৰ প্ৰাচীন নাম দুটা কি কি ?

=প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।

২। অসম সংগীত বা অসমৰ জাতীয় (অ' মোৰ আপোনাৰদেশ)  সংগীতটোৰ ৰচক কোন ? 

= সাহিত্যৰথী লকক্ষ্মীনাথ বেজবৰুৱা।

৩। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ?

= ৰামসিংহ।

৪। লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল ?

= ১৬২২ চনৰ ২৪ নৱেম্বৰত। (মৃত্যু- ১৬৭২, ২৫ এপ্ৰিল)

৫। লাচিত বৰফুকনৰ দেয়তাকৰ নাম কু আছিল ?

=মোমাই তামুলী বৰবৰুৱা (শুকতি)

৬। বৰ্তমান অসমৰ ৰাজ্যপাল কোন?

= জগদীশ মুখী।

৭। অসমৰ ১৫ সংখ্যক মূখ্যমন্ত্ৰী গৰাকীৰ।নাম কি যি একেৰাহে ১৫ বছৰ কাম ৰাজত্ব কৰিছিল ?

=তৰুণ গগৈ (১৮-০৫-২০০১ to ২৩-০৫-২০১৬)

৮। বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী কোন ?

=হিমন্ত বিশ্ব শৰ্মা।

৯। সৰুপথাৰ সমষ্টিৰ বিধায়ক জনৰ নাম কি ?

= বিশ্বজিত ফুকন ।

১০। বৰ্তমান অসমৰ জিলা কেইখন ?

= ৩৫ খন (Last 3 - মজুলী, পাঠশালা, তামুলপুৰ)

১১। 



Comments